দিল্লীৰ DGHS কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড, ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ২২খন গাড়ী

News18-Assam
Updated:July 5, 2019, 3:38 PM IST
দিল্লীৰ DGHS কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড, ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ২২খন গাড়ী
জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহনীৰ ২২খন বাহন।

জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহনীৰ ২২খন বাহন।

  • Share this:
দিল্লীৰ কড়কড়ডুমা অঞ্চলত থকা দিল্লী স্বাস্থ্য সেৱা মহানিৰ্দেশালয় (DGHS)ৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড। জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহনীৰ ২২খন বাহন। অগ্নিনিৰ্বাপক বাহিনীৰ ৬০জন কৰ্মীয়ে চেষ্টা চলাইছে জুই নিৰ্বাপনৰ বাবে। এইপৰ্যন্ত এই ঘটনাত হতাহত কোনো খবৰ অহা নাই। এই অগ্নিকাণ্ডত বহু গুৰুত্বপূৰ্ণ সা–সম্পত্তি ভস্মীভূত হোৱাৰ আশংকা কৰা হৈছে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
First published: July 5, 2019, 3:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি