সদনত বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে

News18-Assam
Updated:July 5, 2019, 11:17 AM IST
সদনত বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে
বাজেটক ‘নিউ ইণ্ডিয়া কা বহীখাতা’ বুলি উল্লেখ বিত্ত মন্ত্ৰীৰ।

বাজেটক ‘নিউ ইণ্ডিয়া কা বহীখাতা’ বুলি উল্লেখ বিত্ত মন্ত্ৰীৰ।

  • Share this:
মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। এইবাৰ সলনি হ’ল বাজেটৰ নাম। বাজেটক ‘নিউ ইণ্ডিয়া কা বহীখাতা’ বুলি উল্লেখ বিত্ত মন্ত্ৰীৰ।

বাজেট ভাষণৰ আৰম্ভণিতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে এইবাৰ দেশৰ জনতা একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছে। এই নিৰ্বাচনত জনসাধাৰণে অভূতপূৰ্ব ভোটদান কৰিছে। প্ৰথমবাৰ মহিলা, যুৱ প্ৰজন্ম আৰু বয়োজ্যেষ্ঠসকলে ভাল কাম কৰা চৰকাৰৰ ওপৰত ভৰসা ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ চৰকাৰে দ্ৰুততাৰে কাম কৰি আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি