‍Breaking: ৩১ জুলাইতে চূড়ান্ত NRC প্ৰকাশৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ত CJI ৰঞ্জন গগৈৰ বিচাৰপীঠত NRCৰ গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ

news18assam
Updated:May 8, 2019, 11:07 AM IST
‍Breaking: ৩১ জুলাইতে চূড়ান্ত NRC প্ৰকাশৰ নিৰ্দেশ
উচ্চতম ন্যায়ালয়ত CJI ৰঞ্জন গগৈৰ বিচাৰপীঠত NRCৰ গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ
news18assam
Updated: May 8, 2019, 11:07 AM IST
৩১ জুলাইত চূড়ান্ত NRC প্ৰকাশ পাব লাগিব। পুনৰ ৩১ জুলাইতে NRC প্ৰকাশৰ নিৰ্দেশ। উচ্চতম ন্যায়ালয়ত CJI ৰঞ্জন গগৈৰ বিচাৰপীঠত NRCৰ গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ। ১০ জুলাইত হ’ব NRCৰ পৰৱৰ্তী শুনানি। ওজৰ–আপত্তি নিষ্পত্তি কৰাৰো নিৰ্দেশ।
আৰু চাওক পৰৱৰ্তী বাতৰি