ফণী ঘূৰ্ণীবতাহঃচাওক ওড়িশাৰ কেইটামান শিহৰণকাৰী ভিডিঅ’

'ফণী'ৰ কাৰণে ওড়িশাত এইপৰ্যন্ত ছজন লোকৰ মৃত্যু হৈছে।


Updated:May 4, 2019, 12:19 AM IST
ফণী ঘূৰ্ণীবতাহঃচাওক ওড়িশাৰ কেইটামান শিহৰণকাৰী ভিডিঅ’
এনেকৈ আহিছিল ফনী ঘূৰ্ণীবতাহ...

Updated: May 4, 2019, 12:19 AM IST
ওড়িশাত ফণীয়ে প্ৰৱল ক্ষতিসাধন কৰিছে, ক’ৰবাত ভৱনৰ চাদ বতাহে উৰুৱাই নিলে, আন ক’ৰবাত ঘৰৰ ওপৰত ক্ৰেন বাগৰি পৰিল। আমি আগবঢ়াইছো কেইটামান এনেকুৱা শিহৰণকাৰী ভিডিঅ’

১.ঘৰৰ ওপৰত বাগৰি পৰিল ক্ৰেন



২.পুৰীত ধ্বংসলীলা




৩.বতাহৰ বেগ আছিল প্ৰাণঘাতক



৪.ভুৱনেশ্বৰত বতাহৰ বেগ



৫.বাছ উৰি গ’ল বতাহত



৬. এইমছৰ ক্ষতিসাধন



৭.অতি ভয়ংকৰ এই দৃশ্য



৮. চকুৰে নাচালে বিশ্বাস কৰিব নোৱাৰি এই ভয়াৱহতা



৯. অতি বিধ্বংসী



 
আৰু চাওক পৰৱৰ্তী বাতৰি