আজি অন্ত পৰিল উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। এতিয়া সকলোৰে অতি আগ্ৰহেৰে অপেক্ষা কৰিছে ১০ মাৰ্চৰ দিনটোলৈ। কাৰণ ১০ মাৰ্চত ঘোষণা হব উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ইয়াৰে ভিতৰতে সৰ্বাধিক ভাবে চৰ্চিত হৈ আছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন। ৰাজ্যখনত মূলতঃ বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজতে মূল যুঁজ হৈছে। পিছে কিছু কিছু ঠাইত প্ৰাসংগিক হৈ পৰিছে কংগ্ৰেছৰ লগতে বহুজন সমাজবাদী পাৰ্টী।
১০ মাৰ্চৰ পূৰ্বেই জানি লওক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল!
আজি প্ৰকাশ পোৱা বহুকেইটা এক্সিট পুল অনুসৰি উত্তৰ প্ৰদেশত পুনৰ এবাৰ চৰকাৰ গঠন কৰিব বিজেপি দলে। দেশৰ বহুকেইটা আগশাৰীৰ এক্সিট পুল এজেন্সীয়ে উত্তৰ প্ৰদেশত বিজেপিক দিছে নিৰংকুশ সংখ্যা গৰিষ্ঠতা।
Exit Polls Results 2022ৰ সকলো আপডেট আপুনি পাব News18Assam Neৰ শ্বেয়াৰচাটত
ৰিপাব্লিক টিভিৰ এক্সিট পুল অনুসৰি-
বিজেপি- ২৬২-২৭৭
সমাজবাদী পাৰ্টী- ১১৯-১৩৪
বহুজন সমাজবাদী পাৰ্টী- ৭-৯
কংগ্ৰেছ- ৩-৮
অন্যান্য- ২-৬
ইণ্ডিয়া টিভিৰৰ এক্সিট পুল অনুসৰি-
বিজেপি- ২১১-২২৫
সমাজবাদী পাৰ্টী- ১৪৬-১৬০
বহুজন সমাজবাদী পাৰ্টী- ১৪-২৪
কংগ্ৰেছ- ৪-৬
এক্সিট পুল অনুসৰি,
বিজেপি মিত্ৰজোঁটক দিয়া হৈছে- ২৪২ খন আসন।
সমাজবাদী পাৰ্টীৰ মিত্ৰজোঁটক দিয়া হৈছে- ১৪০ খন আসন।
কংগ্ৰেছক দিয়া হৈছে-০৪খন আসন।
বহুজন সমাজবাদী পাৰ্টীক দিয়া হৈছে- ১৫খন আসন।
অন্যান্যক দিছে- ০২ খন আসন।
Exit Polls Results 2022ৰ সকলো আপডেট আপুনি পাব News18Assam Neৰ শ্বেয়াৰচাটত
Matrize Poll-
BJP+ - 262-277 seats
SP+ - 119-134 Seats
Cong- 3-8 Seats
BSP- 7-15 Seats
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|