নিলাজ পাকিস্তান! ভাৰতীয় সেনালৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ
News18-Assam Updated:August 17, 2019, 5:19 PM IST

Source-google
কোনো দিন যেন শুধৰণি নহ’ব পাকিস্তানৰ!
- News18 Assam
- Last Updated: August 17, 2019, 5:19 PM IST

শনিবাৰে পুৱাৰ পৰাই পাকিস্তানী সেনাই অব্যাহত ৰাখিছে গুলীচালনা। পাক সেনাৰ গুলীত শ্বহীদ হৈছে সন্দীপ থাপা নামৰ এগৰাকী ভাৰতীয় সেনা জোৱান। এনেদৰে যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানৰ এই গুলীচালনাক এতিয়া যোগ্যপ্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনা বাহিনী।