নিলাজ পাকিস্তান! ভাৰতীয় সেনালৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ

News18-Assam
Updated:August 17, 2019, 5:19 PM IST
নিলাজ পাকিস্তান! ভাৰতীয় সেনালৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ
Source-google

কোনো দিন যেন শুধৰণি নহ’ব পাকিস্তানৰ!

  • Share this:
কোনো দিন যেন শুধৰণি নহ’ব পাকিস্তানৰ! শুকুৰবাবে ৰাষ্ট্ৰসংঘৰ মজিয়াত চীনৰ কান্ধত উঠি ভাৰতক বিপদত পেলাবলৈ চলোৱা প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিছতো যেন অনুসূচনা নাই ইমৰান খানৰ দেশখনৰ। শনিবাৰে ভাৰত–পাক সীমান্তৰ ৰাজৌৰী ছেক্টৰত ভাৰতীয় সেনালৈ লক্ষ্য কৰি পাকিস্তানী সেনাই কৰিছে ধাৰাসাৰ গুলীবৰ্ষণ।



শনিবাৰে পুৱাৰ পৰাই পাকিস্তানী সেনাই অব্যাহত ৰাখিছে গুলীচালনা। পাক সেনাৰ গুলীত শ্বহীদ হৈছে সন্দীপ থাপা নামৰ এগৰাকী ভাৰতীয় সেনা জোৱান। এনেদৰে যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানৰ এই গুলীচালনাক এতিয়া যোগ্যপ্ৰত্যুত্তৰ দিছে  ভাৰতীয় সেনা বাহিনী।
First published: August 17, 2019, 5:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি