উন্নাও ধৰ্ষণ কাণ্ডঃ প্ৰাক্তন বিজেপি বিধায়ক কুলদ্বীপ চেংগাৰক যাৱজ্জীৱন কাৰাদণ্ড

News18 Assam | News18-Assam
Updated:December 20, 2019, 3:34 PM IST
উন্নাও ধৰ্ষণ কাণ্ডঃ প্ৰাক্তন বিজেপি বিধায়ক কুলদ্বীপ চেংগাৰক যাৱজ্জীৱন কাৰাদণ্ড
নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা গোচৰত দোষী সাব্যস্ত

নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা গোচৰত দোষী সাব্যস্ত

  • Share this:
দেশ জোকাৰি যোৱা উন্নাও ধৰ্ষণ কাণ্ড গোচৰৰ ৰায় দান কৰিছে দিল্লীৰ আদালতে। নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা গোচৰত দোষী সাব্যস্ত হৈছে প্ৰাক্তন বিজেপি বিধায়ক কুলদ্বীপ চেংগাৰ। আদালতৰ ৰায় অনুসৰি প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ চেংগাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২৫ লাখ টকাৰ জৰিমনা বিহা হৈছে।

২০১৭ চনত সংঘটিত হৈচিল দেশ জোকাৰি যোৱা উন্নাওৰ সেই ঘৃণনীয় কাণ্ড। ঘটনাত নাম সাঙুৰ খোৱাত বিধায়ক কুলদ্বীপ চেংগাৰক  উত্তৰপ্ৰদেশ বিজেপিয়ে দলৰ পৰা বহিষ্কাৰ কৰে। ২০১৮ চনত আৰক্ষীয়ে আটক কৰিছিল কুলদ্বীপ চেংগাৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি