জম্মু–কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ গুলীত চাৰি সন্ত্ৰাসবাদী নিহত

শুকুৰবাৰে পুৱা ৰিহায়ছী অঞ্চলত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰাৰ খবৰ লাভ কৰি অভিযান চলায় নিৰাপত্তাৰক্ষীয়ে।

news18assam
Updated:June 7, 2019, 9:11 AM IST
জম্মু–কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ গুলীত চাৰি সন্ত্ৰাসবাদী নিহত
FILE PHOTO
news18assam
Updated: June 7, 2019, 9:11 AM IST
জম্মু–কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে চাৰিটা সন্ত্ৰাসবাদী। শুকুৰবাৰে পুৱা ৰিহায়ছী অঞ্চলত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰাৰ খবৰ লাভ কৰি অভিযান চলায় নিৰাপত্তাৰক্ষীয়ে। এই সংঘৰ্ষৰ পিছতে অঞ্চলটোত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি