জম্মু–কাশ্মীৰৰ বৰগামত সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত এটা সন্ত্ৰাসবাদী

News18-Assam
Updated:June 30, 2019, 9:54 AM IST
জম্মু–কাশ্মীৰৰ বৰগামত সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত এটা সন্ত্ৰাসবাদী
ভাৰতীয় সুৰক্ষাকৰ্মীসকলে পোৱা তথ্য অনুসৰি বৰগামৰ ছদুৰাত সন্ত্ৰাসবাদী লুকাই থকাৰ সম্ভাৱনা।

ভাৰতীয় সুৰক্ষাকৰ্মীসকলে পোৱা তথ্য অনুসৰি বৰগামৰ ছদুৰাত সন্ত্ৰাসবাদী লুকাই থকাৰ সম্ভাৱনা।

  • Share this:
জম্মু–কাশ্মীৰৰ বৰগামত সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। ভাৰতীয় সুৰক্ষাকৰ্মীসকলে পোৱা তথ্য অনুসৰি বৰগামৰ ছদুৰাত সন্ত্ৰাসবাদী লুকাই থকাৰ সম্ভাৱনা। সুৰক্ষাকৰ্মীয়ে জনোৱা মতে এটা সন্ত্ৰাসবাদী নিহত কিন্তু বৰ্তমানেও অব্যাহত গুলীয়াগুলী।

 

First published: June 30, 2019, 9:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading