জম্মু–কাশ্মীৰত আকৌ গুলীয়াগুলী

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী। জম্মু–কাশ্মীৰৰ ছ’পিয়াত সংঘটিত হৈছে এই ঘটনা। পোৱা গৈছে বহু পৰিমাণৰ মাৰণাস্ত্ৰ।

news18assam
Updated:May 10, 2019, 10:24 AM IST
জম্মু–কাশ্মীৰত আকৌ গুলীয়াগুলী
নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী। জম্মু–কাশ্মীৰৰ ছ’পিয়াত সংঘটিত হৈছে এই ঘটনা। পোৱা গৈছে বহু পৰিমাণৰ মাৰণাস্ত্ৰ।
news18assam
Updated: May 10, 2019, 10:24 AM IST
অশান্তিজৰ্জৰ জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ। পুৱা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী। জম্মু–কাশ্মীৰৰ ছ’পিয়াত সংঘটিত হৈছে এই ঘটনা। পোৱা গৈছে বহু পৰিমাণৰ মাৰণাস্ত্ৰ। অঞ্চলটোত আৰু সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ সন্দেহত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি