চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ! আপোনাৰ সমস্যাৰ সমাধানৰ বাবে চাওক এই প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:January 10, 2020, 6:17 PM IST
চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ! আপোনাৰ সমস্যাৰ সমাধানৰ বাবে চাওক এই প্ৰতিবেদন
আপুনি EPFO কাৰ্যালয়লৈ গৈ নিজৰ PF একাউণ্ট সম্বন্ধীয় সমস্যা সমাধান কৰিব পাৰিব।

আপুনি EPFO কাৰ্যালয়লৈ গৈ নিজৰ PF একাউণ্ট সম্বন্ধীয় সমস্যা সমাধান কৰিব পাৰিব।

  • Share this:
EPFOৰ একাউণ্টধাৰীসকলৰ বাবে এই প্ৰতিবেদন অত্যন্ত প্ৰয়োজনীয়। PF সম্বন্ধীয় কোনো সমস্যাৰ সন্মুখীন হ’লে এতিয়া সহজে কৰিব পাৰিব সমাধান। কিয়নো EPFOৰ ১৩৫টা আঞ্চলিক শাখাত প্ৰতিমাহৰ ১০ তাৰিখে ‘নিধি আপকে নিকট’ কাৰ্যসূচী চলি আহিছে। ইয়াত একাউণ্টধাৰীসকলৰ সমস্যাৰ সমাধান দিয়া হয়।

আপুনি EPFO কাৰ্যালয়লৈ গৈ নিজৰ PF একাউণ্ট সম্বন্ধীয় সমস্যা সমাধান কৰিব পাৰিব। EPFO–এ টুইটাৰযোগে জনাইছে যে EPFO–এ নিজৰ গ্ৰাহকসকললৈ পোনপটীয়াভাৱে সংযোগ স্থাপনৰ বাবে ‘নিধি আপকে নিকট’ কাৰ্যসূচীৰ আৰম্ভ কৰিছে। এয়া দেশৰ ১৩৫টা EPFO কাৰ্যালয়ত চলি আছে।

ইয়াত কৰ্মচাৰী আৰু এমপ্লয়াৰ্ছ দুয়ো প্ৰশ্ন আৰু অসুবিধাসমূহ পোনপটীয়াভাৱে EPFOক ক’৸ব পাৰিব। ইয়াৰ উদ্দেশ্য অভিযোগ নিষ্পত্তিৰ প্ৰক্ৰিয়া উন্নত কৰা। ইয়াৰ দ্বাৰা কৰ্মচাৰী আৰু এমপ্লয়াৰ্ছে নিজৰ মত ৰাখিব পাৰিব যাৰ দ্বাৰা EPFO–এ নিজৰ সেৱা উন্নত কৰাৰ ক্ষেত্ৰত সহায়ক হয়।


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি