
ডুবাই–জয়পুৰ SG 58 বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় জয়পুৰ বিমানবন্দৰত।
ডুবাই–জয়পুৰ SG 58 বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় জয়পুৰ বিমানবন্দৰত।
ৰাজস্থানত জৰুৰী অৱতৰণ স্পাইচ জেটৰ এখন বিমানৰ। ডুবাই–জয়পুৰ SG 58 বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় জয়পুৰ বিমানবন্দৰত। বিমানখনত আছিল ১৮৯গৰাকী যাত্ৰী। পুৱা ৯.০৩ বজাত সংঘটিত হয় এই ঘটনা। বিমানখনৰ সকলো যাত্ৰী সুৰক্ষিত। সংবাদ প্ৰতিষ্ঠান ANIত প্ৰকাশ এই খবৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|