• Home
  • »
  • News
  • »
  • nation
  • »
  • চকা ফুটিল স্পাইচ জেট বিমানৰ, জৰুৰী অৱতৰণ

চকা ফুটিল স্পাইচ জেট বিমানৰ, জৰুৰী অৱতৰণ

ডুবাই–জয়পুৰ SG 58 বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় জয়পুৰ বিমানবন্দৰত।

ডুবাই–জয়পুৰ SG 58 বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় জয়পুৰ বিমানবন্দৰত।

ডুবাই–জয়পুৰ SG 58 বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় জয়পুৰ বিমানবন্দৰত।

  • Share this:
    ৰাজস্থানত জৰুৰী অৱতৰণ স্পাইচ জেটৰ এখন বিমানৰ। ডুবাই–জয়পুৰ SG 58 বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় জয়পুৰ বিমানবন্দৰত। বিমানখনত আছিল ১৮৯গৰাকী যাত্ৰী। পুৱা ৯.০৩ বজাত সংঘটিত হয় এই ঘটনা। বিমানখনৰ সকলো যাত্ৰী সুৰক্ষিত। সংবাদ প্ৰতিষ্ঠান ANIত প্ৰকাশ এই খবৰ।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি