এই ভিডিঅ’টোৱে সূচাইছে যে কিয় প্ৰতিটো ভোটেই মূল্যবান আৰু কিদৰে প্ৰভাৱ পেলায়?

আপোনাৰ এটা ভোটে একো প্ৰভাৱ নেপেলায় বুলি এইটো কেতিয়াও মনলৈ নানিব। আমাৰ একতাই আমাৰ বৈচিত্ৰ্য আৰু আমাৰ ভোটেই আমাৰ উজ্জ্বল ভৱিষ্যতৰ ছাবিকাঠি।

news18assam
Updated:April 21, 2019, 2:56 PM IST
এই ভিডিঅ’টোৱে সূচাইছে যে কিয় প্ৰতিটো ভোটেই মূল্যবান আৰু কিদৰে প্ৰভাৱ পেলায়?
আপোনাৰ এটা ভোটে একো প্ৰভাৱ নেপেলায় বুলি এইটো কেতিয়াও মনলৈ নানিব। আমাৰ একতাই আমাৰ বৈচিত্ৰ্য আৰু আমাৰ ভোটেই আমাৰ উজ্জ্বল ভৱিষ্যতৰ ছাবিকাঠি।
news18assam
Updated: April 21, 2019, 2:56 PM IST
এতিয়া ভোটৰ বতৰ! নতুন চৰকাৰৰ বতাহ আশে–পাশে বিপুল উচাহ–উদ্দীপনা আমাৰ দেশৰ প্ৰতিটো কোণতে দেখা গৈছে। কিন্তু সেই উদ্যোমতা আৰু আলোচনাৰ মাজতো এনেকুৱা বহুকেইটা ভোটকেন্দ্ৰত যাবলৈ বা আঁতৰত থাকিবলৈ অজুহাত বিচাৰি আছে। আজি যি কও, তাৰ বাবে ২০১৪ৰ সাধাৰণ লোকসভা নিৰ্বাচনতো বিভিন্ন অজুহাত দেখুওৱা হৈছিল।

৮৪৩ মিলিয়ন যোগ্য ভোটদাতাৰ মাত্ৰ ৬৬ শতাংশইহে ভোটকেন্দ্ৰত নিজৰ ভোট সাব্যস্ত কৰিছিল। ৩৪ শতাংশই ভোটসাব্যস্ত নকৰিলে, আনে তেওঁলোকৰ আৰু দেশৰ ভৱিষ্যতৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

৯০০ মিলিয়ন যোগ্য ভোটাৰৰ সৈতে ২০১৯ৰ সাধাৰণ লোকসভা নিৰ্বাচন, ভাৰতৰ সাংবিধানিক ইতিহাসত আটাইতকৈ বৃহৎ নিৰ্বাচন। বৰ্তমানলৈ আটাইতকৈ ভোটাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা। কেৱল ৬৬ শতাংশৰ পৰিৱৰ্তে প্ৰথমবাৰলৈ ভোট দিবলৈ ওলাই অহা ভোটাৰৰ সংখ্যা নগণ্য হোৱাৰ সম্ভাৱনা। অন্তত, এয়া যথেষ্ট নহয়। আমি চৰকাৰৰ পৰা কেনেকৈ আশা কৰিব পাৰো যে চৰকাৰে দেশক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব, যদি আমি নিজৰ ভোটেই সাব্যস্ত নকৰো।

আপোনাৰ এটা ভোটে একো প্ৰভাৱ নেপেলায় বুলি এইটো কেতিয়াও মনলৈ নানিব। আমাৰ একতাই আমাৰ বৈচিত্ৰ্য আৰু আমাৰ ভোটেই আমাৰ উজ্জ্বল ভৱিষ্যতৰ ছাবিকাঠি। ইয়াতে এটা ভিডিঅ’ দেখুওৱা হৈছে এইটোৱে আমাৰ দেশখনক প্ৰকৃত পথলৈ আনিবলৈ প্ৰেৰণা যোগাব।


আৰু চাওক পৰৱৰ্তী বাতৰি