হঠাৎ! ভূমিকম্পই কঁপালে ৰাজধানী দিল্লী আৰু সংলগ্ন এলেকা

News18-Assam
Updated:September 24, 2019, 5:13 PM IST
হঠাৎ! ভূমিকম্পই কঁপালে ৰাজধানী দিল্লী আৰু সংলগ্ন এলেকা
এই পৰ্যন্ত নাই কোনো বিশেষ ক্ষয়–ক্ষতিৰ খবৰ।

এই পৰ্যন্ত নাই কোনো বিশেষ ক্ষয়–ক্ষতিৰ খবৰ।

  • News18 Assam
  • Last Updated: September 24, 2019, 5:13 PM IST
  • Share this:
এক মধ্যম প্ৰাৱল্যৰ ভূমিকম্পই হঠাৎ জোকাৰি গ’ল ৰাজধানী দিল্লী আৰু সংলগ্ন এলেকা। কাশ্মীৰৰ সমীপৰ ভাৰত–পাকিস্তান সীমান্তত ৰিখটাৰ স্কেলত ৬.৩ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ পিছতে দিল্লী আৰু সমীপৱৰ্তী এলেকাতো জোকাৰণি অনুভূত হয়। আবেলি প্ৰায় ৪.৩৫ মিনিটত এই জোকাৰণি অনুভূত হয় কাশ্মীৰ, পাঞ্জাৱৰ চণ্ডীগড় আৰু উত্তৰাখণ্ডৰ ডেৰাডুন সহ উত্তৰ ভাৰতৰ এক বৃহৎ এলেকাত। এই ভূইকঁপে পাকিস্তানৰো ঠাই বিশেষ কঁপাই যোৱাৰ খবৰ পোৱা গৈছে।



এই পৰ্যন্ত নাই কোনো বিশেষ ক্ষয়–ক্ষতিৰ খবৰ।
First published: September 24, 2019, 5:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি