১ টকীয়া এই মুদ্ৰাই আপোনাক কৰি তুলিব মালামাল ! এদিনতেই হৈ পৰিব ১০ লাখ টকাৰ গৰাকী ! পঢ়ক এই প্ৰতিবেদন

১০ লাখ টকা উপাৰ্জন কৰিবলৈ হ'লে আপোনাৰ ওচৰত থাকিব লাগিব এটা বিশেষ ৰূপৰ মুদ্ৰা। যদি আপোনাৰ ওচৰত আছে এই বিশেষ মুদ্ৰা তেন্তে আপুনিও অতি সহজে হৈ পৰিব লাখপতি।
১০ লাখ টকা উপাৰ্জন কৰিবলৈ হ'লে আপোনাৰ ওচৰত থাকিব লাগিব এটা বিশেষ ৰূপৰ মুদ্ৰা। যদি আপোনাৰ ওচৰত আছে এই বিশেষ মুদ্ৰা তেন্তে আপুনিও অতি সহজে হৈ পৰিব লাখপতি।
- News18 Assam
- Last Updated: February 23, 2021, 11:21 AM IST
আপুনি এই নিৰ্দিষ্ট মুদ্ৰাৰ ফটো ৱেবচাইটত আপলোড কৰিব লাগিব। তাৰ পাচতে মানুহে আপোনাৰ এই মুদ্ৰাৰ নীলামৰ বাবে ডাক দিব আৰু আপুনি বিচৰাজনক এই নোট বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰিব লক্ষাধিক টকা।
ইয়াৰ বাবে প্ৰথমে জানি লওক আপোনাক কোনটো এটকীয়া মুদ্ৰাৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি কেনেকৈ উপাৰ্জন কৰিব পাৰিব লক্ষাধিক টকা -
১০ লাখ টকা উপাৰ্জন কৰিবলৈ হ'লে আপোনাৰ ওচৰত থাকিব লাগিব ১৯ শতিকাৰ ৰূপৰ ১টকীয়া মুদ্ৰা । যদিহে আপোনাৰ ওচৰত এই মুদ্ৰা আছে তেন্তে আপুনি অতি সহজে ১০ লাখ টকা পৰ্যন্ত উপাৰ্জনৰ সুযোগ। নিলামত এই মুদ্ৰাটো বিক্ৰী কৰি আপুনি ১০ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি নিলামৰ সময়ত এই মুদ্ৰাৰ দৰদামো কৰিব পাৰিব।
ইয়াৰ বাবে কোনটো মুদ্ৰাৰ প্ৰয়োজন হ'ব আপোনাক ?
১৮৩৫ ৰ ১টকীয়া মুদ্ৰাটো হৈছে অতি বিশেষ । ইয়াৰ এটাফালে ইষ্ট ইণ্ডিয়া কোম্পানী লিখা থাকে আৰু আনফালে বিলিয়ম কইন লিখা থাকে আৰু ফটো থাকে । এইটো এটা ৰূপৰ মুদ্ৰা আৰু যদি আপোনাৰ ওচৰত এনে দুষ্প্ৰাপ্য মুদ্ৰা থাকে তেতিয়া আপুনি ঘৰত বহিয়েই কোটিপতি হ'ব পাৰিব!
এই মুদ্ৰা হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা প্ৰচলিত প্ৰথমটো ১ টকীয়া মুদ্ৰা। সেই সময়ত এই মুদ্ৰা সকলোতে বৈধ আছিল আৰু সেই সময়ত ভাৰতত প্ৰায় ৫৫০ খন ৰাজকীয় ৰাজ্য আছিল আৰু ই সকলো ঠাইতেই বৈধ আছিল।
আপোনোৰ ওচৰতো যদি এনে মুদ্ৰা আছে তেন্তে এই সম্পৰ্কত অধিক তথ্য এই ৱেবছাইটটোত লাভ কৰিব https://www.indiamart.com/proddetail/rare-old-1-rupee-silver-coin-1835-22909537673.html |
লগতে আপুনি এইসমূহ ৱেবছাইটত বিক্ৰী কৰিব পাৰিব আপোনাৰ বিশেষ মুদ্ৰা -
https://dir.indiamart.com/impcat/old-coins.html
https://in.pinterest.com/080841052o/sell-old-coins/
http://www.indiancurrencies.com/
মূল ষ্টৰীৰ লিংক - https://hindi.news18.com/news/business/earn-money-by-selling-one-rupee-coin-and-get-10-lakh-rupees-ndss-3480407.html