உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • সুৰাৰ ৰাগিত মাতাল পূজাৰী, ছাগলীৰ সলনি বলি দিলে মানুহক!

    সুৰাৰ ৰাগিত মাতাল পূজাৰী, ছাগলীৰ সলনি বলি দিলে মানুহক!

    ঘটনাটো ১৬ জানুৱাৰীৰ। মকৰ সংক্ৰান্তিৰ মাজতে অন্ধ্ৰ প্ৰদেশত সংঘটিত হয় এই ঘটনা।

    ঘটনাটো ১৬ জানুৱাৰীৰ। মকৰ সংক্ৰান্তিৰ মাজতে অন্ধ্ৰ প্ৰদেশত সংঘটিত হয় এই ঘটনা।

    ঘটনাটো ১৬ জানুৱাৰীৰ। মকৰ সংক্ৰান্তিৰ মাজতে অন্ধ্ৰ প্ৰদেশত সংঘটিত হয় এই ঘটনা।

    • Share this:
    ভাৰত বিভিন্ন উৎসৱৰে ভৰা দেশ। ইয়াত প্ৰতিটো ধৰ্মৰ মানুহেই পৃথক পৃথক উৎসৱ পালন কৰে। শেহতীয়াকৈ ভাৰতৰ বিভিন্ন প্ৰান্তত ধুমধামেৰে মকৰ সংক্ৰান্তি পালন কৰা হয়। ইয়াৰ মাজতে অন্ধ্ৰ প্ৰদেশত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। এটা মন্দিৰত বলি দিয়াৰ সময়তে সুৰাৰ ৰাগিত মাতাল পূজাৰীয়ে ছাগলীৰ সলনি এজন লোকৰ কাটিলে ডিঙি। ইয়াৰ পিছতে সেই স্থানত চাঞ্চল্যই বিৰাজ কৰে। ঘটনাটো ১৬ জানুৱাৰীৰ। মকৰ সংক্ৰান্তিৰ মাজতে অন্ধ্ৰ প্ৰদেশত সংঘটিত হয় এই ঘটনা।

    দ্য ফ্ৰী প্ৰেছ জাৰ্নালৰ ৰিপ’ৰ্ট অনুসৰি, পূজাৰীগৰাকীৰ নাম চলাপতি। তেওঁ মন্দিৰত বলিৰ নামত ছাগলীৰ সলনি সুৰেশ নামৰ এজন লোকৰ ডিঙি কাটি দিয়ে। আৰক্ষীৰ মতে, ঘটনাৰ সময়ত চলাপতি সুৰামত্ত হৈ আছিল। ইয়াৰ পিছতে সুৰেশক লগে লগে হাস্পতাললৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে অভিযুক্ত চলাপতিক গ্ৰেপ্তাৰ কৰিছে।
    Published by:Sanjay Kumar Das
    First published: