দূৰদৰ্শনৰ জনপ্ৰিয় বাতৰি পৰিৱেশক নীলম শৰ্মাৰ দেহাৱসান

নীলম আছিল দূৰদৰ্শনৰ এটি অতি জনপ্ৰিয় নাম

News18-Assam
Updated:August 17, 2019, 6:35 PM IST
দূৰদৰ্শনৰ জনপ্ৰিয় বাতৰি পৰিৱেশক নীলম শৰ্মাৰ দেহাৱসান
নীলম আছিল দূৰদৰ্শনৰ এটি অতি জনপ্ৰিয় নাম
News18-Assam
Updated: August 17, 2019, 6:35 PM IST
দূৰদৰ্শনৰ জ্যেষ্ঠ বাতৰি পৰিৱেশক নীলম শৰ্মাৰ দেহাৱসান। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল নীলম শৰ্মা। ১৯৯৫ চনত দূৰদৰ্শনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নীলমক চলিত বৰ্ষত নাৰী শক্তি সন্মান’ৰে সন্মানিত কৰা হৈছিল। ২০ বছৰ ধৰি দূৰদৰ্শনৰ সৈতে জড়িত হৈ থকা নীলম শৰ্মাই মৃত্যুৰ সময়ত স্বামী আৰু ১৫ বছৰীয়া পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়
আৰু চাওক পৰৱৰ্তী বাতৰি