உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • COVID-19: সকলো ধৰণৰ ঘৰুৱা বিমান সেৱা বন্ধ

    COVID-19: সকলো ধৰণৰ ঘৰুৱা বিমান সেৱা বন্ধ

    Source-Google

    Source-Google

    ২৫ মাৰ্চৰ মাজনিশাৰ পৰা সাময়িক ভাবে বন্ধ হ’ব ঘৰুৱা বিমান সেৱা

    • Share this:
    ক’ৰোণা ভাইৰাছকলৈ সমগ্ৰ দেশতে ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে। ভাৰতবৰ্ষত বৰ্তমানলৈকে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪২২ জন হৈছেগৈ। ইতিমধ্যে মৃত্যু মুখত পৰিছে ৭জনকৈ লোক।

    ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি দেশৰ ঘৰুৱা বিমান সেৱা সাময়িক ভাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বুধবাৰৰ পৰা বন্ধ হ’ব ঘৰুৱা বিমান সেৱা।  ইফালে ৩১ মাৰ্চলৈকে স্থগিত ৰাখিছে ৰে’ল সেৱাও। 
    Published by:Himangshu Bhuyan
    First published: