দেশত ২৫ মে’ৰ পৰা আৰম্ভ হ’ব ঘৰুৱা বিমান সেৱা, সোনকালেই বুকিং আৰম্ভ

News18 Assam | News18-Assam
Updated:May 20, 2020, 5:27 PM IST
দেশত ২৫ মে’ৰ পৰা আৰম্ভ হ’ব ঘৰুৱা বিমান সেৱা, সোনকালেই বুকিং আৰম্ভ
অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে যে সকলো বিমানবন্দৰ (Airports) আৰু বিমান কোম্পানী (Air Carriers)সকলক ২৫মে’ৰ পৰা পৰিচালনাৰ কাৰণে সাজু হ’বলৈ কোৱা হৈছে। 

অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে যে সকলো বিমানবন্দৰ (Airports) আৰু বিমান কোম্পানী (Air Carriers)সকলক ২৫মে’ৰ পৰা পৰিচালনাৰ কাৰণে সাজু হ’বলৈ কোৱা হৈছে। 

  • Share this:
নতুন দিল্লীঃ অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বুধবাৰে প্ৰকাশ কৰে যে ২৫মে’ৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হ’ব। পুৰীয়ে টুইটত জনায় যে, সোমবাৰ, ২৫মে’, ২০২০ৰ পৰা ঘৰুৱা বিমানসেৱা আৰম্ভ হ’ব। সকলো বিমানবন্দৰ আৰু বিমান কোম্পানীক ২৫মে’ৰ পৰা সঞ্চালনৰ কাৰণে সাজু হ’বলৈ কোৱা হৈছে। যাত্ৰীসকলৰ অহা–যোৱাৰ কাৰণে মন্ত্ৰালয়ে বেলেগকৈ এছঅ’পি জাৰি কৰিব।



ঘৰুৱা বিমানসেৱাৰ কাৰণে টিকটৰ কাৰণে বুকিঙো সোনকালে আৰম্ভ হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading