• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰাষ্ট্ৰপতি ভৱনত ড’নাল্ড ট্ৰাম্পৰ বাবে নৈশ ভোজৰ আয়োজন, কি কি থাকিব ব্যঞ্জন?

ৰাষ্ট্ৰপতি ভৱনত ড’নাল্ড ট্ৰাম্পৰ বাবে নৈশ ভোজৰ আয়োজন, কি কি থাকিব ব্যঞ্জন?

আয়োজন কৰা নৈশ ভোজত উপস্থিত থাকিব প্ৰায় ২৫গৰাকী মাৰ্কিন অতিথি। লগতে থাকিব প্ৰায় ৬০ গৰাকী ভাৰতীয় গণ্য–মান্য ব্যক্তি।

  • Share this:
ভাৰতত আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয়টো দিন। আজি নিশা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে বৈঠকত মিলিত হ’ব ড’নাল্ড ট্ৰাম্প। বৈঠকত অন্তত ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হৈছে নৈশ ভোজৰ। উল্লেখযোগ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে আয়োজন কৰা নৈশ ভোজৰ খাদ্য তালিকাত থাকিব ভাৰতীয় খাদ্য। কিন্তু ব্যৱহাৰ কৰা হ’ব আমেৰিকাৰ মছলা ব্যৱহাৰ কৰা হ’ব, যাতে সোৱাদ আমেৰিকাৰ খাদ্যৰ দৰে হয়।

তালিকাত থাকিব– ফিচ টিক্কা, ভেজ আলু টিক্কা, পালেং শাকৰ চাট, ৰান, ছাগলী মাংসৰ বিৰিয়ানী, ভেজ বিৰিয়ানী, ‘Guchi Matar’, ‘Daal Raisina’।

চোপ– Lemon Coriander with Lemon Grass,

লগত থাকিব, মালপোৱাৰ সৈতে ৰাব্ৰি, এপ’ল পাইৰ লগতে ভেনিলা আইচ ক্ৰীম।
Published by:Himangshu Bhuyan
First published: