• Home
  • »
  • News
  • »
  • nation
  • »
  • ধন্বন্তৰি ৰথঃ কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ এক অনন্য পদক্ষেপ

ধন্বন্তৰি ৰথঃ কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ এক অনন্য পদক্ষেপ

Source-Google

Source-Google

গুজৰাট চৰকাৰে আৰম্ভ কৰিছিল ‘ধন্বন্তৰি ৰথ’।

  • Share this:
দেশত এতিয়াও অব্যাহত আছে কোৰোণা ভাইৰাছৰ সংহাৰী ৰূপ। তাৰ মাজতে গুজৰাট চৰকাৰে আৰম্ভ কৰিছিল ‘ধন্বন্তৰি ৰথ’। কোৰোণাৰ বিৰুদ্ধে যুঁজ দিয়াত এতিয়া সফল হৈছে এই বিশেষ ‘ধন্বন্তৰি ৰথ’। প্ৰতিখন ৰথত থাকে চিকিত্‍সক, স্বাস্থ্যকৰ্মী আৰু ফাৰ্মাচীষ্ট।

প্ৰাৰম্ভিক পৰ্যায়ত গুজৰাট চৰকাৰে ৫০ খন ধন্বন্তৰি ৰথৰ ব্যৱস্থা কৰিছিল। যি দুঘণ্টা ধৰি নিৰ্দিষ্ট এলেকাত স্বাস্থ্য পৰীক্ষা কৰে। বিশেষ কৈ দুখীয়া, শ্ৰমিকসকলৰ কথা মনত ৰাখি এই নতুন আঁচনি হাতত লৈছিল গুজৰাট চৰকাৰে।

প্ৰথমে ১৪টা কণ্টেইনমেণ্ট জ’নত ২০০ টা এলেকাত কাম কৰিছিল কৰিছিল ধন্বন্তৰি ৰথে। কিন্তু ৰথ খনৰ ফলত জনসাধাৰণ প্ৰচূৰ ভাবে লাভৱান হোৱা দেখি এতিয়া চৰকাৰে ৰথৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া ৫০ৰ পৰা বৃদ্ধি হয় ৮৪খন হৈছেগৈ ধন্বন্তৰি ৰথৰ সংখ্যা।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি