মহাৰাষ্ট্ৰৰ ‘তিনি দিনীয়া’ চৰকাৰৰ পতন,মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিলে দেৱেন্দ্ৰ ফাড়নবিছে

News18-Assam
Updated:November 26, 2019, 4:01 PM IST
মহাৰাষ্ট্ৰৰ ‘তিনি দিনীয়া’ চৰকাৰৰ পতন,মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিলে দেৱেন্দ্ৰ ফাড়নবিছে
Source-Google

আস্থা ভোটৰ পূৰ্বেই স্বীকাৰ, ‘আমাৰ হাতত নাই সংখ্যাগৰিষ্ঠতা’

  • Share this:
শক্তি প্ৰদৰ্শনৰ পূৰ্বেই যেন আত্ম সমৰ্পন! ক্ৰমাৎ ৰহস্যঘন হৈ উঠিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। আস্থা ভোটলৈ এটা দিন বাকী থকা অৱস্থাত মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিলে দেৱেন্দ্ৰ ফাড়নবিছে। কিছুসময়ৰ পিছতে ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ হাতত অৰ্পণ কৰিব পদত্যাগ পত্ৰ। কেই মুহূৰ্ত মানৰ পূৰ্বে   উপ–মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল অজিত পাৱাৰেও।  উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাইলৈ দিনৰ ১১ বজাত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’ব আস্থাভোট।
আৰু চাওক পৰৱৰ্তী বাতৰি