চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থাঃ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

Source-Google
চৰকাৰী চাকৰিত সংৰক্ষণৰ দাবী কৰা মৌলিক অধিকাৰ নহয়ঃ উচ্চতম ন্যায়ালয়
- News18 Assam
- Last Updated: February 10, 2020, 12:59 PM IST
উল্লেখযোগ্য যে, দুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ ভিত্তিত চৰকাৰী চাকৰিত সংৰক্ষণকলৈ বিশেষ মন্তব্য কৰিছিল। উচ্চতম ন্যায়ালয়ৰ মতে, চৰকাৰী চাকৰিত সংৰক্ষণৰ দাবী কৰা মৌলিক অধিকাৰ নহয়।
কোনো আদালতে ৰাজ্য চৰকাৰক ST আৰু ST বৰ্গৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিব পাৰে। সংৰক্ষণ প্ৰদানৰ অধিকাৰ আৰু দায়িত্ব ৰাজ্যিক সূচীৰ অন্তৰ্গত বিষয়। কিন্তু উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছতে বহু ৰাজনৈতিক দলে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
Rahul Gandhi: BJP & RSS's ideology is against reservations. They never want SC/STs to progress. They're breaking the institutional structure. I want to tell SC/ST/OBC&Dalits that we'll never let reservations come to an end no matter how much Modi Ji or Mohan Bhagwat dream of it. pic.twitter.com/eyCLigBa8q
— ANI (@ANI) February 10, 2020