DU Reopening: ২বছৰৰ অন্তত প্ৰবেশদ্বাৰ শিক্ষাৰ্থীৰ কাৰণে খোল খাব দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰায় ৭০খন কলেজত।
DU Reopening: ২বছৰৰ অন্তত প্ৰবেশদ্বাৰ শিক্ষাৰ্থীৰ কাৰণে খোল খাব দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰায় ৭০খন কলেজত।
১৭ ফেব্ৰুৱাৰীৰ পৰা দিল্লী বিশ্ববিদ্যালয় (Delhi University)ত আৰম্ভ হ’ব শ্ৰেণী কোঠাৰ পাঠদান।
সুদীৰ্ঘ ২বছৰৰ অন্তত প্ৰবেশদ্বাৰ শিক্ষাৰ্থীৰ কাৰণে খোল খাব দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰায় ৭০খন কলেজত।
কেণ্টিন, লাইব্ৰেৰী, প্ৰেক্ষাগৃহ সকলো ব্যৱহাৰৰ কাৰণে মুকলি কৰি দিয়া হ’ব।
দিল্লীৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীক তিনিদিন আছুতীয়াকৈ (Isolation) থাকি যোগদান কৰিবলৈ নিৰ্দেশ।
কোভিড মহামাৰী (Covid Pendemic)ৰ কাৰণে বন্ধ কৰি দিয়া হৈছিল বিশ্ববিদ্যালয়খন।
যোৱা দুবছৰ শ্ৰেণী কোঠাৰ মুখ দেখা নাছিল ছাত্ৰ-ছাত্ৰী সকলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|