প্ৰকাশ পালে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ কাট অব মাৰ্ক তালিকা

স্নাতকৰ প্ৰথমখন কাট অফ মাৰ্ক তালিকা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনে।

News18-Assam
Updated:June 28, 2019, 12:46 PM IST
প্ৰকাশ পালে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ কাট অব মাৰ্ক তালিকা
স্নাতকৰ প্ৰথমখন কাট অফ মাৰ্ক তালিকা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনে।
News18-Assam
Updated: June 28, 2019, 12:46 PM IST
দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ কাট অব তালিকা প্ৰকাশ। স্নাতকৰ প্ৰথমখন কাট অফ মাৰ্ক তালিকা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনে। সেই অনুসৰি, হিন্দু কলেজত ৰাজনীতি বিজ্ঞান বিষয়ৰ কাট অব মাৰ্ক ৯৯ শতাংশ। হিন্দু কলেজত পদাৰ্থ বিজ্ঞানৰ কাট অব মাৰ্ক ৯৮.৩ শতাংশ। লেডী শ্ৰীৰাম কলেজত মনোবিজ্ঞানৰ কাট অব মাৰ্ক ৯৮.৭৫ শতাংশ। বাণিজ্য শাখাত সাধাৰণ শ্ৰেণীৰ ছাত্ৰৰ কাট অব মাৰ্ক ৯৮.৫ শতাংশ। লেডী শ্ৰীৰাম কলেজত অৰ্থনীতিৰ কাট অব মাৰ্ক ৯৮.৭৫ শতাংশ। কিৰ’ৰী মল কলেজত ইংৰাজী বিষয়ৰ কাট অব মাৰ্ক ৯৭ শতাংশৰো ওপৰত। অৰ্থনীতি আৰু বি কমৰ কাট অব মাৰ্কো ৯৭ শতাংশৰ ওপৰত। হংসৰাজ কলেজত পূৰ্বতকৈ কাট অব মাৰ্ক বৃদ্ধি কৰা হৈছে। হংসৰাজ কলেজত অৰ্থনীতি বিষয়ৰ কাট অব মাৰ্ক ৯৭.২৫ শতাংশ। ইংৰাজীত ৯৮.৫ শতাংশ কাট অব মাৰ্ক হংসৰাজ কলেজত।
আৰু চাওক পৰৱৰ্তী বাতৰি