ৰাজধানী দিল্লীত CAAৰ বিৰুদ্ধে চলা প্ৰতিবাদে ল’লে হিংসাত্মক ৰূপ,জ্বলাই দিলে ইখনৰ পিছত সিখন বাহন

News18 Assam | News18-Assam
Updated:December 15, 2019, 7:00 PM IST
ৰাজধানী দিল্লীত CAAৰ বিৰুদ্ধে চলা প্ৰতিবাদে ল’লে হিংসাত্মক ৰূপ,জ্বলাই দিলে ইখনৰ পিছত সিখন বাহন
Source-Google

দেশৰ বিভিন্ন প্ৰান্তত চলিছে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ

  • Share this:
অসম তথা উত্তৰ–পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন অব্যাহত থকাৰ সমান্তৰাল ভাবে দেশৰ অন্যান্য প্ৰান্ততো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলিছে প্ৰতিবাদ। দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত দেওবাৰে CAA বিৰোধী আন্দোলনে ল’লে হিংসাত্মক ৰূপ। দুস্কৃতিকাৰীয়ে জ্বলাই দিলে ইখনৰ পিছত সিখন বাহন। ৰাজপথতে জ্বলিল বাহন সমূহ। পিছত ঘটনাস্থলীত উপস্থিত এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। কিন্তু প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত দুজন অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী।
আৰু চাওক
পৰৱৰ্তী বাতৰি