গ্ৰেপ্তাৰ ISISৰ তিনি দুধৰ্ষ সন্ত্ৰাসবাদী,২৬ জানুৱাৰীত হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ ৰচিছিল ব্লু–প্ৰিণ্ট

News18 Assam | News18-Assam
Updated:January 9, 2020, 4:10 PM IST
গ্ৰেপ্তাৰ ISISৰ তিনি দুধৰ্ষ সন্ত্ৰাসবাদী,২৬ জানুৱাৰীত হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ ৰচিছিল ব্লু–প্ৰিণ্ট
Source-Google

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আৰক্ষীৰ বৃহৎ সফলতা

  • Share this:
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল দিল্লী। গণৰাজ্য দিৱসৰ দিনা দেশৰ ৰাজধানী চহৰ দিল্লীত ISISএ হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ ভয়ংকৰ ব্লু–প্ৰিণ্ট ৰচনা কৰিছিল। দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে তিনিটা দুধৰ্ষ ISIS সন্ত্ৰাসবাদীক।

আৰু চাওক
পৰৱৰ্তী বাতৰি