৯০ কোটি টকা মূল্যৰ ২৩ কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছসহ দিল্লী আৰক্ষীৰ হাতত ধৰা পৰিল অসমৰ দুজন যুৱক 

News18 Assam | News18-Assam
Updated:September 11, 2020, 11:10 PM IST
৯০ কোটি টকা মূল্যৰ ২৩ কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছসহ দিল্লী আৰক্ষীৰ হাতত ধৰা পৰিল অসমৰ দুজন যুৱক 
নতুন দিল্লী আৰক্ষীৰ বিশেষ শাখাই শুকুৰবাৰে ২৩ কিলোগ্ৰাম হিৰোইন সহ গ্ৰেপ্তাৰ কৰে অসমৰ গোলাঘাট জিলাৰ দুজন যুৱকক।

নতুন দিল্লী আৰক্ষীৰ বিশেষ শাখাই শুকুৰবাৰে ২৩ কিলোগ্ৰাম হিৰোইন সহ গ্ৰেপ্তাৰ কৰে অসমৰ গোলাঘাট জিলাৰ দুজন যুৱকক।

  • News18 Assam
  • Last Updated: September 11, 2020, 11:10 PM IST
  • Share this:
নতুন দিল্লী আৰক্ষীৰ বিশেষ শাখাই শুকুৰবাৰে ২৩ কিলোগ্ৰাম হিৰোইন সহ গ্ৰেপ্তাৰ কৰে অসমৰ গোলাঘাট জিলাৰ দুজন যুৱকক। লগতে গ্ৰেপ্তাৰ হয় বিহাৰৰ বেগুচৰাই জিলাৰ তিনিজন যুৱক। অসমৰ যুৱক কেইজনৰ নাম হৈছে নিত্যানন্দ আৰু ৰাহুল সন্দিকৈ। বিহাৰৰ কেইজনৰ নাম উদয় কুমাৰ, সুবোধ  দাস আৰু সঞ্জীৱ কুমাৰ।

যুৱককেইজনে ম্যানমাৰৰ পৰা এই সামগ্ৰীসমূহ ক্ৰয় কৰিছিল। আৰু পিছত মণিপুৰ আৰু অসম হৈ দিল্লীলৈ লৈ আহিছিল। যুৱককেইজনৰ পৰা উদ্ধাৰ হোৱা সামগ্রী সমূহৰ মূল্য আৰক্ষীয়ে নিৰ্ধাৰণ কৰা মতে প্ৰায় ৯০ কোটি টকা। দিল্লী আৰক্ষী বিশেষ শাখাৰ আয়ুক্ত প্ৰমোদ কোচৱাহাৰ নেতৃত্বত যোৱা এটা দলে সামগ্ৰীসহ কৰায়ত্ত কৰে আটাইকেইজনকে।
Published by: Himangshu Bhuyan
First published: September 11, 2020, 11:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading