ল’ক ডাউনঃ দিল্লীৰ দৰিদ্ৰ লোকে এটা ফোন কৰিলেই লাভ কৰিব খাদ্য 

News18 Assam | News18-Assam
Updated:March 26, 2020, 9:47 PM IST
ল’ক ডাউনঃ দিল্লীৰ দৰিদ্ৰ লোকে এটা ফোন কৰিলেই লাভ কৰিব খাদ্য 
Photo : Hindustan Times

দিল্লী চৰকাৰে হাতত লৈছে বিশেষ পদক্ষেপ

  • Share this:
ক’ৰোণা ভাইৰাছৰ সক্রমন ৰোধ কৰিবলৈ সমগ্ৰ দেশতে  তলাবন্ধ ঘোষণা কৰা হৈছে। তলাবন্ধৰ ফলত এতিয়া বিশেষ ভাবে ক্ষতিৰ সন্মুখীন হৈছে সাধাৰণ খাতি খোৱা লোকসকল।এমুঠি আহাৰৰ কাৰণে হাহাকাৰ কৰিব লগীয়া হৈছে দৰিদ্ৰ শ্ৰেণীৰ লোকে ।

এতিয়া এইসকল লোকক খাদ্য যোগান ধৰিবলৈ দিল্লী চৰকাৰে আৰম্ভ কৰিছে ‘Hunger Helpline’। ৰাতিপুৱা ১১ বজাৰ পৰা ৩ বজালৈকে আৰু সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈকে খোলা থাকিব এই Helpline Number । অনাহাৰে থকা লোকৰ বিষয়ে গম পালেই সেই নম্বৰ সমূহত ফোন কৰিবলৈ আহ্বান জনাইছে দিল্লী চৰকাৰে । সেই সকল লোকৰ বাবে খাদ্যৰ বিশেষ বিশেষ স্থানত খাদ্যৰ যোগান ধৰিব চৰকাৰে । ‘

হেল্প লাইন নম্বৰ সমূহ–

East district: 8375879007

North East: 9136469416

Central: 7428210545

New Delhi: 7290978054

North: 8595364814

Shahdara: 8595269577

South East: 7048998835

West: 8595269589

South: 9818523225

South West: 9871662109

North West: 8595552073
আৰু চাওক
পৰৱৰ্তী বাতৰি