Delhi Election Result 2020 : হেটট্ৰিক কৰিবলৈ সক্ষম হ’বনে অৰবিন্দ কেজৰিৱালে?

News18 Assam | News18-Assam
Updated:February 11, 2020, 10:12 AM IST
Delhi Election Result 2020 : হেটট্ৰিক কৰিবলৈ সক্ষম হ’বনে অৰবিন্দ কেজৰিৱালে?
নতুন দিল্লী সমষ্টিত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জয়ৰ দিশে আগবাঢ়িছে।

নতুন দিল্লী সমষ্টিত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জয়ৰ দিশে আগবাঢ়িছে।

  • News18 Assam
  • Last Updated: February 11, 2020, 10:12 AM IST
  • Share this:
দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত। নতুন দিল্লী সমষ্টিত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জয়ৰ দিশে আগবাঢ়িছে। এইপৰ্যন্ত সমষ্টিটোত বৃহৎ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কেজৰিৱাল। উল্লেখযোগ্য যে ২০১৫ৰ বিধানসভা নিৰ্বাচনত কেজৰিৱালে এই সমষ্টিত ৫৭,২১৩টা ভোট লাভ কৰিছিল কেজৰিৱালে। তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ নুপূৰ শৰ্মাই লাভ কৰিছিল ২৫,৬৩০টা ভোট। এই সমষ্টিটোৰ পৰাই ২০১৩ চনত কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী আৰু ১৫ বছৰৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতক পৰাস্ত কৰিছিল কেজৰিৱালে। এতিয়া সকলোৰে মুখত এটাই প্ৰশ্ন – কেজৰিৱালে হেটট্ৰিক কৰিবলৈ সক্ষম হ’বনে?
আৰু চাওক
পৰৱৰ্তী বাতৰি