Delhi Covid Update : দিল্লীত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত ৩০৫জন, আক্ৰান্তৰ হাৰ ০.৪১ শতাংশ

News18 Assam | News18-Assam
Updated:June 10, 2021, 5:52 PM IST
Delhi Covid Update : দিল্লীত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত ৩০৫জন, আক্ৰান্তৰ হাৰ ০.৪১ শতাংশ
Representative photo.

এতিয়ালৈ দিল্লীত সৰ্বমুঠ ভেচকিন লাভ কৰিছে ৫৮,২৯,১৬৭জন লোকে।

  • Share this:
বিগত ২৪ ঘণ্টাত দিল্লীত কোভিডত আক্রান্ত হৈছে ৩০৫জন লোক। আক্রান্তৰ হাৰ মাথোঁ ০.৪১ শতাংশ। পৰীক্ষা কৰা হৈছিল ৭৫,১৩৩জন লোকৰ। সুস্থ হোৱা আৰু চিকিৎসালয় ত্যাগ কৰা লোকৰ সংখ্যা ৫৬০জন, মৃত্যু হৈছে ৪৪জন লোকৰ।

যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ভেকচিন লাভ কৰিছে ৪৮,০২২জন লোকে। তাৰ ভিতৰত প্ৰথম পালি লাভ কৰিছে ২৫,৫৩৭জনে আৰু দ্বিতীয় পালি লাভ কৰা লোকৰ সংখ্যা ২২,৪৮৫জন। এতিয়ালৈ দিল্লীত সৰ্বমুঠ ভেচকিন লাভ কৰিছে ৫৮,২৯,১৬৭জন লোকে। ইয়াৰে প্ৰথম পালি লাভ কৰিছে ৪৪,৬৬,০০৪জনে আৰু সম্পূৰ্ণৰূপে ভেকচিন লাভ কৰিছে ১৩,৬৩,১৬৩জনে।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 5:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি