মুখ্যপৃষ্ঠা »খবৰ »দেশ »Delhi Assembly Election Results Live : দিল্লীত কোনে মাৰিব বিজয়ৰ হাঁহি?

Delhi Assembly Election Results Live : দিল্লীত কোনে মাৰিব বিজয়ৰ হাঁহি?

আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা।

আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা।

আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা।

  • Share this:
আজি ঘোষণা কৰা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। মুঠ ৭০ খন আসন যুক্ত দিল্লী বিধানসভা নিৰ্বাচনত এইবাৰ পাৰিবনে শাসনাধিষ্ঠ আম আদমী পাৰ্টীৰ চৰকাৰ ওফৰাই বিজেপিয়ে চৰকাৰ গঠন কৰিব? ফলাফলৰ প্ৰাক মুহূৰ্তত প্ৰকাশ পোৱা প্ৰায় সংখ্যক Exit Pollএ দিল্লীত আকৌ এবাৰ অৰবিন্দ কেজৰিৱালৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰেই ইংগিত দিছিল।

যোৱা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ। এইবাৰ দিল্লীত ভোটদান হয় প্ৰায় ৬২.৫৯ শতাংশ। দিল্লী বিধানসভা নিৰ্বাচনত বিজেপি দলে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে প্ৰায় সংখ্যক বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাই চলাইছিল নিৰ্বাচনী প্ৰচাৰ।

দেশৰ প্ৰায় ৫ খন ৰাজ্যত ক্ষমতা হেৰুওৱাৰ পিছত বিজেপিয়ে পাৰিবনে দিল্লীত ক্ষমতা দখল কৰিব, কিছু সময়ৰ পিছতে এই সকলো কথা স্পষ্ট হৈ পৰিব।

শেহতীয়া বাতৰি