உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Rajnath Singh : এইবাৰ কোৰোণাত আক্ৰান্ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ঘৰতে হৈ আছে কোৱাৰাণ্টাইন

    Rajnath Singh : এইবাৰ কোৰোণাত আক্ৰান্ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ঘৰতে হৈ আছে কোৱাৰাণ্টাইন

    প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কোৰোণা পজিটিভ

    প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কোৰোণা পজিটিভ

    প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Defense Minister Rajnath Singh) কোৰোণা পজিটিভ।

    • Share this:
    কেইবাগৰাকীও নেতা-মন্ত্ৰী কোৰোণা (Corona)ত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Defense Minister Rajnath Singh) আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছৰ দ্বাৰা। আজি টুইটযোগে মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। ঘৰতে হৈ আছে কোৱাৰাণ্টাইন।



    কোৰোণা পজিটিভ হোৱা ৰাজনাথ সিঙ (Rajnath Singh)ৰ দেহত কোভিড১৯ (Covid19)ৰ সাধাৰণ লক্ষণহে প্ৰকাশ পাইছে। সেয়ে ঘৰতেই কোৱাৰাণ্টাইনত আছে মন্ত্ৰীগৰাকী।

    একে সময়তে শেহতীয়াকৈ তেওঁৰ সৈতে সংস্পৰ্শত অহা সকলোকে কোৰোণা পৰীক্ষা কৰি লোৱাৰ বাবে আহ্বান জনাইছে ৰাজনাথ সিঙে।
    Published by:Manjumoni Borah
    First published: