দেশবাসীয়ে লাভ কৰিলে Covid-19ৰ প্রতিষেধক, DCGI–এ অনুমোদন জনালে দুই প্ৰতিষেধকত

News18 Assam | News18-Assam
Updated:January 3, 2021, 12:12 PM IST
দেশবাসীয়ে লাভ কৰিলে Covid-19ৰ প্রতিষেধক, DCGI–এ অনুমোদন জনালে দুই প্ৰতিষেধকত
Covaxin–এ অনুমোদন পাইছে সীমিত জৰুৰীকালীন ব্যৱহাৰৰ।

Covaxin–এ অনুমোদন পাইছে সীমিত জৰুৰীকালীন ব্যৱহাৰৰ।

  • Share this:
দেশবাসীয়ে লাভ কৰিলে Covid-19 ৰ প্রতিষেধ। Drugs Controller General of Indiaই অনুমোদন জনালে দুই প্রতিষেধকক। অনুমোদন জনোৱা প্রতিষেধক দুটা হৈছে Covishiled আৰু Covaxin। দুয়োটা প্রতিষেধকেই দুবাৰ ল’ব লাগিব। DCGIয়ে Covishieldৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন জনাইছে। Covaxin–এ অনুমোদন পাইছে সীমিত জৰুৰীকালীন ব্যৱহাৰৰ।


We reiterate our gratitude to doctors, medical staff, scientists, police personnel, sanitation workers and all Corona warriors for the outstanding work done, that too in adverse circumstances. We will remain eternally grateful to them for saving many lives.

It would make every Indian proud that the two vaccines that have been given emergency use approval are made in India! This shows the eagerness of our scientific community to fulfil the dream of an Aatmanirbhar Bharat, at the root of which is care and compassion.



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভেকচিনৰ অনুমোদন সন্দৰ্ভত টুইটাৰযোগে দেশবাসীক সদৰি কৰিছে।
Published by: Sanjay Kumar Das
First published: January 3, 2021, 11:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি