বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম!

প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছে ১৫.৫  টকাকৈ

News18-Assam
Updated:September 2, 2019, 3:54 PM IST
বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম!
Source-Google
News18-Assam
Updated: September 2, 2019, 3:54 PM IST
আকৌ বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছে ১৫.৫  টকাকৈ। ৰাজহুৱা খণ্ডৰ তেল কোম্পানী সমূহে দেওবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিছে ৰাজসাহাৰ্য বিহীন চিলিণ্ডাৰৰ মূল্য। সেইদৰে বিমান ইন্ধনৰ দামো সোমবাৰৰ পৰা কাৰ্যকৰী হোৱকৈ এক শতাংশ হ্ৰাস কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি