உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Cyclone Yaas: পূৰ্ণিমাৰ বাবে অধিক ভয়ংকৰ হ’ব পাৰে ঘূৰ্ণী বতাহ য়াছ, ১–২ মিটাৰ ওপৰলৈ উঠিব পাৰে সমুদ্ৰৰ ঢৌ!

    Cyclone Yaas: পূৰ্ণিমাৰ বাবে অধিক ভয়ংকৰ হ’ব পাৰে ঘূৰ্ণী বতাহ য়াছ, ১–২ মিটাৰ ওপৰলৈ উঠিব পাৰে সমুদ্ৰৰ ঢৌ!

    বতৰ বিজ্ঞান বিভাগৰ মতে, ঘূৰ্ণী বতাহৰ গতি প্ৰতিঘণ্টাত ১৫৫ৰ পৰা ১৬৫ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে লগতে ১৮৫ কিলোমিটাৰ প্ৰতিঘণ্টাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

    • Share this:
    ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিষয়াই সতৰ্কতা জাৰি কৰিছে যে যেতিয়া ঘূৰ্ণী বতাহ য়াছে বুধবাৰে ওড়িশা আৰু পশ্চিম বংগৰ উপকূলত খুন্দা মাৰিব তেতিয়া পূৰ্ণিমা হ’ব আৰু ইয়াৰ ফলত ক্ষয়–ক্ষতি অধিক হ’ব পাৰে। আইএমডিৰ কলকাতাৰ বিষয়া সঢ্জীৱ বেনাৰ্জীয়ে কয়, ‘পূব মিদনাপুৰ আৰু দক্ষিণ ২৪ পৰগনাৰ উপকূল অঞ্চলৰ জিলাসমূহত আটাইতকৈ অধিক ক্ষতি হ’ব পাৰে।

    বিশেষজ্ঞই কয় যে স্প্ৰিং টাইডৰ ফলত সমুদ্ৰৰ জলস্তৰ অতি কমেও ১ মিটাৰ ওখ হয়, যেতিয়া চন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থাকে। পেৰিজিয়ন স্প্ৰিং টাইডৰ ফলত এই স্তৰ আৰু বৃদ্ধি পায়।

    ইয়াৰ পূৰ্বে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডিজি এম মহাপাত্ৰই কয় যে ওড়িশা আৰু পশ্চিম বংগৰ বাবে ‘ৰেড কোডেড’ সতৰ্কবাণী জাৰি কৰা হৈছে। উত্তৰ পশ্চিম আৰু বংগৰ উপকূলত ঘূৰ্ণী বতাহ য়াছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

    বতৰ বিজ্ঞান বিভাগৰ মতে, ঘূৰ্ণী বতাহৰ গতি প্ৰতিঘণ্টাত ১৫৫ৰ পৰা ১৬৫ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে লগতে ১৮৫ কিলোমিটাৰ প্ৰতিঘণ্টাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
    Published by:Sanjay Kumar Das
    First published: