ওড়িশাত ‘ফণী’ৰ সংহাৰ

‘ফণী’–এ উৰুৱাই নিলে ভুৱনেশ্বস্থিত এইম্ছৰ আবাসৰ মুধচ।

news18assam
Updated:May 3, 2019, 11:53 PM IST
ওড়িশাত ‘ফণী’ৰ সংহাৰ
‘ফণী’–এ উৰুৱাই নিলে ভুৱনেশ্বস্থিত এইম্ছৰ আবাসৰ মুধচ।
news18assam
Updated: May 3, 2019, 11:53 PM IST


ওড়িশাত সংহাৰী ৰূপ ধাৰণ কৰিছে ‘ফণী’–এ। ধুমুহাৰ ফলত ঠায়ে ঠায়ে উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। কাল ধুমুহা ‘ফণী’–এ উৰুৱাই নিলে ভুৱনেশ্বৰস্থিত AIIMSৰ আবাসৰ মুধচ। কেমেৰাত বন্দী হ’ল এই দৃশ্য।



আৰু চাওক পৰৱৰ্তী বাতৰি