
স্বাধীনতা দিৱসৰ দিনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।
স্বাধীনতা দিৱসৰ দিনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।
স্বাধীনতা দিৱসৰ দিনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। ধোনীয়ে নিজৰ অৱসৰ ঘোষণা কৰাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেটৰ অন্যতম নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটচমেন সুৰেশ ৰাইনাই।
দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা আঁতৰি আছিল সুৰেশ ৰাইনা। ভাৰতীয় দলক বহুবাৰ বিপদৰ পৰা উদ্ধাৰ কৰি জয়ৰ সোৱাদ দিয়া ৰাইনাই হঠাত্ লোৱা অৱসৰৰ সিদ্ধান্তই ভবাই তুলিছে সকলোকে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|