অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ ৰোমাঞ্চকৰ জয়

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী টীম ইণ্ডিয়া। ৩৬ ৰানত জয়লাভ কৰিলে কোহলী বাহিনীয়ে। টছত জিকি প্ৰথমে বেটিং আৰম্ভ কৰিছিল ভাৰতে। নিৰ্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৫২ ৰান। 

news18assam
Updated:June 10, 2019, 7:32 AM IST
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ ৰোমাঞ্চকৰ জয়
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী টীম ইণ্ডিয়া। ৩৬ ৰানত জয়লাভ কৰিলে কোহলী বাহিনীয়ে। টছত জিকি প্ৰথমে বেটিং আৰম্ভ কৰিছিল ভাৰতে। নিৰ্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৫২ ৰান। 
news18assam
Updated: June 10, 2019, 7:32 AM IST
বিশ্বকাপৰ দ্বিতীয়খন মেচতো ভাৰতৰ জয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী টীম ইণ্ডিয়া। ৩৬ ৰানত জয়লাভ কৰিলে কোহলী বাহিনীয়ে। টছত জিকি প্ৰথমে বেটিং আৰম্ভ কৰিছিল ভাৰতে। নিৰ্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৫২ ৰান। প্ৰত্যুত্তৰত ৩১৬ ৰানহে সংগ্ৰহ কৰে অষ্ট্ৰেলিয়াই। আটাইকেইটা উইকেট হেৰুৱাই ৩১৬ ৰান সংগ্ৰহ।
ভাৰতৰ অপেনাৰ শিখৰ ধৱনৰ শতক অৰ্জন। ১০৯ বলত ১১৭ ৰান সংগ্ৰহ কৰে শিখৰ ধৱনে।
বিৰাট কোহলী ৮২, ৰোহিত শৰ্মাই ৫৭ ৰান, হাৰ্ডিক পাণ্ডিয়া ৪৮, এম এছ ধোনীৰ ২৭ ৰান আৰু

১১ ৰানেৰে অপৰাজেয় হৈ থাকে এল ৰাহুল।
আৰু চাওক পৰৱৰ্তী বাতৰি