সন্তান জন্ম হ’ল, কিন্তু আজ্যিংক ৰাহানে ব্যস্ত থাকিল ‘National Duty’ত, খেল শেষ হোৱাৰ পিছতহে পত্নী আৰু সন্তানক কৰিলে দেখা

শনিবাৰে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ সহ অধিনায়ক আজ্যিংক ৰাহানেই

News18-Assam
Updated:October 7, 2019, 5:23 PM IST
সন্তান জন্ম হ’ল, কিন্তু আজ্যিংক ৰাহানে ব্যস্ত থাকিল ‘National Duty’ত, খেল শেষ হোৱাৰ পিছতহে পত্নী আৰু সন্তানক কৰিলে দেখা
শনিবাৰে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ সহ অধিনায়ক আজ্যিংক ৰাহানেই
News18-Assam
Updated: October 7, 2019, 5:23 PM IST
শনিবাৰে পিতৃ হ’ল ভাৰতীয় ক্ৰিকেট দলৰ সহ অধিনায়ক আজ্যিংক ৰাহানে। পত্নী ৰাধিকাই জন্ম দিলে এটি কণ্যা শিশু। কিন্তু নিজৰ সন্তান জন্ম হোৱাৰ খবৰ পোৱাৰ পিছতো ৰাহানেই যাব পৰা নাছিল সন্তান আৰু পত্নীৰ কাষলৈ। কাৰণ সেই ৰাহানে ব্যস্ত আছিল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা প্ৰথমখন টেষ্ট মেচত। শনিবাৰে প্ৰথমখন টেষ্টত ভাৰতে জয়লাভ কৰিলে। খেল শেষ হোৱাৰ পিছত ৰাহানে চিকিৎসালয়লৈ গৈনিজৰ সন্তান আৰু পত্নীৰ খবৰ ল’লেগৈ।


 
আৰু চাওক পৰৱৰ্তী বাতৰি