Omicron, Corona in India Update: কোৰণাৰ ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণৰ সংখ্যা বাঢ়ি হৈছে ৯৬১ গৰাকী।
Omicron, Corona in India Update: কোৰণাৰ ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণৰ সংখ্যা বাঢ়ি হৈছে ৯৬১ গৰাকী।
প্ৰায় এমাহ ধৰি ১০ হাজাৰৰ তলত আক্ৰান্তৰ সংখ্যা থকাৰ পিছত একেৰাহে দ্বিতীয় দিনা ভাৰতত কোৰোণা (Corona)ত আক্ৰান্তৰ সংখ্যা ১০ হাজাৰৰ ওপৰত হৈছে। বিগত ২৪ ঘণ্টাত ভাৰতত কোভিড১৯ (Covid19 india)ত আক্ৰান্ত হৈছে ১৩,১৫৪ গৰাকী লোক।
আনহাতে কোৰণাৰ ভেৰিয়েণ্ট অমিক্ৰন (Omicron)ৰ সংক্ৰমণৰ সংখ্যা বাঢ়ি হৈছে ৯৬১ গৰাকী। দিনে দিনে অমিক্ৰনৰ সংক্ৰমণ বাঢ়িছে ভাৰতত। দিল্লী (Delhi Omicron Cases)ত সৰ্বাধিক ২৬৩ গৰাকী আৰু মহাৰাষ্ট্ৰত ২৫২ গৰাকী লোক অমিক্ৰনত সংক্ৰমিত হৈছে।
AIIMSৰ মূৰব্বী গুলেৰিয়াই এই সময়ত আতংকিত নহৈ সতৰ্কতাৰে থাকিবলৈ আহ্বান জনাইছে আৰু অক্সিজেনৰ চোৰাং মজুতকৰণ নকৰিবলৈ আহ্বান জনাইছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|