• Home
  • »
  • News
  • »
  • nation
  • »
  • Corona India Update: দেশবাসীলৈ কিছু সকাহ! কমিব ধৰিছে কোৰোণাৰ সংক্ৰমণ, জানক সবিশেষ

Corona India Update: দেশবাসীলৈ কিছু সকাহ! কমিব ধৰিছে কোৰোণাৰ সংক্ৰমণ, জানক সবিশেষ

COVID-19 UPDATE : বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ২ লাখ ৫১ হাজাৰ ২০৯ গৰাকী লোক।

COVID-19 UPDATE : বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ২ লাখ ৫১ হাজাৰ ২০৯ গৰাকী লোক।

COVID-19 UPDATE : বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ২ লাখ ৫১ হাজাৰ ২০৯ গৰাকী লোক।

  • Share this:
COVID-19 UPDATE : দেশত ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে কোৰোণাৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ২ লাখ ৫১ হাজাৰ ২০৯ গৰাকী লোক। এই পৰ্যন্ত দেশত সক্ৰিয় কোৰোণা ৰোগীৰ সংখ্যা হৈছে ২১ লাখ ৫ হাজাৰ ৬১১ গৰাকী।

একে সময়তে দেশত কোৰোণাত আক্ৰান্ত ৬২৭ গৰাকী লোকৰ মৃত্যু হৈছে। বিগত ২৪ ঘণ্টাত ভাৰতত আৰোগ্য হৈছে ৩ লাখ ৪৭ হাজাৰ ৪৪৩ গৰাকী লোক। উল্লেখ্য যে বিগত কেইদিনমান ধৰি আৰোগ্যৰ হাৰ আক্ৰান্তৰ হাৰতকৈ অধিক হৈ আছে যিটো এক ভাল সংকেত।

উল্লেখ্য যে ভাৰতৰ দৈনিক পজিটিভিটী হাৰ হৈছে  ১৫.৮৮ শতাংশ।
Published by:Manjumoni Borah
First published: