• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid-19 Cases in India: দেশত ২৪ ঘণ্টাত ৩.৩৭ লাখ লোক আক্ৰান্ত , ৪৮৮ জনৰ মৃত্য়ু ...

Covid-19 Cases in India: দেশত ২৪ ঘণ্টাত ৩.৩৭ লাখ লোক আক্ৰান্ত , ৪৮৮ জনৰ মৃত্য়ু ...

Omicron

Omicron

Covid-19 Cases: ভাৰতত বিগত ২৪ ঘণ্টাত ৩,৩৭,৭০৪ জন লোক ক'ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। অন্তিম ২৪ ঘণ্টাত প্ৰাণ হেৰুৱায় ৪৮৮ জন লোকে। দিনটত আক্ৰান্তৰ হাৰ হৈছে ১৭.২২ শতাংশ।

  • Share this:
Covid-19 Cases: ভাৰতত বিগত ২৪ ঘণ্টাত ৩,৩৭,৭০৪ জন লোক ক'ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। অৱশ্যে আক্ৰান্তৰ সংখ্যা পূৰ্বৰ দিনটোৰ তুলনাত কিছু হ্ৰাস পাইছে।  অন্তিম ২৪ ঘণ্টাত প্ৰাণ হেৰুৱায় ৪৮৮ জন লোকে। দিনটত আক্ৰান্তৰ হাৰ হৈছে ১৭.২২ শতাংশ।

আনহাতে এদিনতে সুস্থ হৈ উঠিছে ২,৪২,৬৭৬ জন Covid আক্ৰান্ত লোক। এতিয়া দেশৰ এক্টিভ কেছ হ'ল ২১,১৩,৩৬৫। এই পৰ্যন্ত দেশত ১০,০৫০জন লোকৰ দেহত ধৰা পৰিছে Omicron ।
Published by:Kokil Sarma
First published: