• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid Cases in India: দেশক বিগত ২৪ ঘণ্টাত ২.৮৫ লাখ লোক আক্ৰান্ত, Coronaত এতিয়ালৈ প্ৰাণ গ'ল ৪.৯১ লাখ জনৰ ...

Covid Cases in India: দেশক বিগত ২৪ ঘণ্টাত ২.৮৫ লাখ লোক আক্ৰান্ত, Coronaত এতিয়ালৈ প্ৰাণ গ'ল ৪.৯১ লাখ জনৰ ...

ভাৰতত এদিনত ২,৮৫,৯১৪ টা নতুন Covid-19-ৰ ঘটনা প্ৰতিবেদিত হোৱাৰ সৈতে, দেশত সংক্ৰমণৰ সংখ্যা ৪,০০,৮৫,১১৬ লৈ বৃদ্ধি হৈছে।

  • Share this:
ভাৰতত এদিনত ২,৮৫,৯১৪ টা নতুন Covid-19-ৰ ঘটনা প্ৰতিবেদিত হোৱাৰ সৈতে, দেশত সংক্ৰমণৰ সংখ্যা ৪,০০,৮৫,১১৬ লৈ বৃদ্ধি হৈছে। বুধবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, দেশত আৰু ৬৬৫ জন লোক সংক্ৰমণত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত মৃত্যুৰ সংখ্যা ৪,৯১,১২৭ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান, দেশত ২২,২৩,০১৮ জন লোক কৰোনাভাইৰাছ সংক্ৰমণত চিকিৎসাধীন হৈ আছে, যি হৈছে সংক্ৰমণৰ মুঠ ঘটনাৰ ৫.৫৫ শতাংশ। যোৱা ২৪ ঘণ্টাত, Corona Virusৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৩,৮২৪জন হ্ৰাস পাইছে। দেশত ৰোগীৰ আৰোগ্যৰ হাৰ ৯৩.২৩ শতাংশ।

দেশত সংক্ৰমণৰ সংখ্যা ৭ আগষ্ট, ২০২০ ত ২০ লাখ, ২০২০ চনৰ ২৩ আগষ্টত ৩০ লাখ আৰু ৫ ছেপ্টেম্বৰ, ২০২০ তাৰিখে ৪০ লাখতকৈও অধিকলৈ বৃদ্ধি পাইছিল। সংক্ৰমণৰ মুঠ ঘটনা ১৬ ছেপ্টেম্বৰ, ২০২০ তাৰিখে ৫০ লাখ, ২৮ ছেপ্টেম্বৰ ২০২০ তাৰিখে ৬০ লাখ, ১১ অক্টোবৰ, ২০২০ তাৰিখে ৭০ লাখ, ২৯ অক্টোবৰ, ২০২০ তাৰিখে ৮০ লাখ আৰু ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰিছিল।
Published by:Kokil Sarma
First published: