মুখ্যপৃষ্ঠা »খবৰ »দেশ »Covid-19: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা ধন CSR হিচাপে গণ্য কৰা নহ’ব! নিয়ম বনাইছিল ইউপিএ চৰকাৰৰ দিনতে

Covid-19: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা ধন CSR হিচাপে গণ্য কৰা নহ’ব! নিয়ম বনাইছিল ইউপিএ চৰকাৰৰ দিনতে

 উল্লেখ্য য, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ সন্মতিত ২০১৫বৰ্ষত তিনিখন আঁচনিৰ তথ্য প্ৰকাশ কৰিছিল। এই আঁচনি দেশবাসীৰ ঘৰত থকা প্ৰায় ২৫,০০০ টন সোণ, সংস্থানসমূহৰ জৰিয়তে ফিজিকেল গল্ড ৰখা আৰু আমদানি হ্ৰাস কৰাৰ বিকল্প চিন্তাৰ সৈতে সম্পৰ্কিত। ইয়াৰ জৰিয়তে বিনিয়োগ বৃদ্ধিৰ চৰ্চা কৰা হৈছিল।

চি এছ আৰ হিচাপে কিয় গণ্য কৰা নহয় তাক লৈ বিতৰ্ক কৰিছিল একাংশই

  • Share this:
Corporate Affairs ministry এ শনিবাৰে কয় যে, কোৰোণা ভাইৰাছৰ সাহায্য হিচাপে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা ধন CSR(Corporate Social Responsibility) হিচাপে গণ্য কৰা নহ’ব। কেৱল প্ৰধানমন্ত্ৰী কেয়াৰলৈ আগবঢ়োৱা ধনৰাশি হে CSR হিচাপে গণ্য কৰা হ’ব। এই নিয়ম কৰিছিল ইউপিএ চৰকাৰৰ দিনতে।

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকত কংগ্ৰেছী মুখ্যমন্ত্ৰীসকলে আপত্তি কৰাত এতিয়া সন্মুখলৈ আহিছে এই কথা। চৰকাৰী সুত্ৰ মতে,মুখ্যমন্ত্ৰী সাহায্য পুঁজি আৰু কোৰোণা ভাইৰাছৰ ৰাজ্যিক সাহায্য পুঁজি কোম্পানী কোম্পানী আইন ২০১৩ৰ সপ্তম অনুসূচীৰ অন্তৰ্ভুক্ত নহয়। গতিকে CSR(Corporate Social Responsibility) হিচাপে গণ্য কৰা নহ’ব।

২০১৩ চনৰ কোম্পানী আইনৰ অধীনত, কোনো লাভকাৰী সংস্থাই নিজৰ তিনিবছৰৰ বাৰ্ষিক লাভৰ দুই শতাংশ CSRৰ কামত খৰচ কৰিব লাগে। ইফালে যদি এই শিতানত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি অন্তৰ্ভুক্ত কৰে তেন্তে মহাৰাষ্ট্ৰ, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ দৰে ঔদ্যোগিক ৰাজ্যৰ বাহিৰলৈ CSR ধন খৰছ কৰিব পৰা নাযাব।

শেহতীয়া বাতৰি