মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Coronavirus Update: দেশত বিগত ২৪ ঘণ্টাত ৩০,৫৭০জন লোক কোৰোণাত আক্ৰান্ত

Coronavirus Update: দেশত বিগত ২৪ ঘণ্টাত ৩০,৫৭০জন লোক কোৰোণাত আক্ৰান্ত

News18 Assam | News18-Assam
Updated:September 16, 2021, 10:26 AM IST
Coronavirus Update: দেশত বিগত ২৪ ঘণ্টাত ৩০,৫৭০জন লোক কোৰোণাত আক্ৰান্ত
বৰ্তমান ৩ লাখ ৪২ হাজাৰ ৯২৩জন লোক চিকিৎসাধীন হৈ আছে।

বৰ্তমান ৩ লাখ ৪২ হাজাৰ ৯২৩জন লোক চিকিৎসাধীন হৈ আছে।

  • News18 Assam
  • Last Updated: September 16, 2021, 10:26 AM IST
  • Share this:
ভাৰতত কোৰোণাত আক্ৰান্তৰ সংখ্যা এতিয়াও বৃদ্ধি পাই আছে। বিগত ২৪ ঘণ্টাত ৩০ হাজাৰ ৫৭০জন লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। এই দিনটোত মৃত্যু হৈছে ৪৩১জন লোকৰ। আনহাতে, বিগত ২৪ ঘণ্টাত ৩৮ হাজাৰ ৩০৩ জন লোক সুস্থ হৈ উঠিছে।


নতুন সংখ্যাসহ দেশত এতিয়ালৈ কোৰোণাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩ কোটি ৩৩ লাখ ৪৭ হাজাৰ ৩২৫জন। এতিয়ালৈ ৪ লাখ ৪৩ হাজাৰ ৯২৮জন লোকৰ মৃত্যু হৈছে। বৰ্তমান ৩ লাখ ৪২ হাজাৰ ৯২৩জন লোক চিকিৎসাধীন হৈ আছে।
Published by: Sanjay Kumar Das
First published: September 16, 2021, 10:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি