কোৰোণাৰ মহা সংক্ৰমণ! চৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থকাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ
দেশত কোৰোণাৰ মহা সংক্ৰমণ
কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এতিয়াৰে পৰা দেশৰ সকলো চৰকাৰী কাৰ্যালয়ত মাত্ৰ ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে জাৰি কৰে এই নিৰ্দেশনা।
উল্লেখ্য যে, ভাৰতত এদিনতে আক্ৰান্ত হৈছে ২ লাখ ১৮ হাজৰ ৬৪২ জন লোক। দিল্লীত ইতিমধ্যে সাপ্তাহিক ল'ক ডাউন ঘোষণা কৰা হৈছে। আনহাতে অসমতো বৃহস্পতিবাৰে আক্ৰান্ত হয় ৪৯৯গৰাকী লোক।












