• Home
  • »
  • News
  • »
  • nation
  • »
  • COVID-19 In India: বিগত ২৪ ঘণ্টাত দেশত ৩৭,১৫৪জন লোক কোভিডত আক্ৰান্ত, ৭২৪জনৰ মৃত্যু

COVID-19 In India: বিগত ২৪ ঘণ্টাত দেশত ৩৭,১৫৪জন লোক কোভিডত আক্ৰান্ত, ৭২৪জনৰ মৃত্যু

ICMR–এ কয় যে দেওবাৰে ১৪,৩২,৩৪৩টা নমুনা পৰীক্ষা কৰা হৈছে আৰু এতিয়ালৈ ৪৩,২৩,১৭,৮১৩টা নমুনা পৰীক্ষা কৰা হৈছে।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা এতিয়াও আঁতৰা নাই। সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা তথ্য অনুসৰি দেশত বিগত ২৪ ঘণ্টাত ৩৭ হাজাৰ ১৫৪জন লোক কোৰোণাত আক্ৰান্ত হৈছে। আনহাতে, ৭২৪জন লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত ৩৯,৬৪৯জন লোক সুস্থ হৈ উঠিছে। লগতে এতিয়ালৈ সক্ৰিয় ঘটনা আছে ৪,৫০,৮৯৯টা। দেশত সুস্থ হৈ উঠিছে ৩,০০,১৪,৭১৩জন লোক, মৃত্যু হৈছে মুঠ ৪,০৮,৭৬৪জনৰ।

দেশত বিগত ২৪ ঘণ্টাত সক্ৰিয় ঘটনা ৩,২১৯জন হ্ৰাস পাইছে। মন্ত্ৰণালয়ৰ মতে, দেশত এতিয়ালৈ কোৰোণাত ৩০,৮৭৪,৩৭৬জন লোক আক্ৰান্ত হৈছে। ICMR–এ কয় যে দেওবাৰে ১৪,৩২,৩৪৩টা নমুনা পৰীক্ষা কৰা হৈছে আৰু এতিয়ালৈ ৪৩,২৩,১৭,৮১৩টা নমুনা পৰীক্ষা কৰা হৈছে।  আনহাতে, দেশত এতিয়ালৈ ৩৭,৭৩,৫২,৫০১জন লোকক কোৰোণাৰ ভেকচিন প্ৰদান কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: