உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Coronavirus Update: পুনৰ দেশত কোৰোণাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি, বিগত ২৪ ঘণ্টাত ৮,৪৩৯টা নতুন ঘটনা

    Coronavirus Update: পুনৰ দেশত কোৰোণাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি, বিগত ২৪ ঘণ্টাত ৮,৪৩৯টা নতুন ঘটনা

    দেশত বৰ্তমান ৯৩ হাজাৰ ৭৩৩ জন লোকৰ চিকিৎসা চলি আছে। নতুন সংখ্যাকে ধৰি এতিয়ালৈ মুঠ ৩ কোটি ৪৬ লাখ ৫৬ হাজাৰ ৮২২জন লোক আক্ৰান্ত হৈছে কোৰোণাত।

    • Share this:
    কোৰোণা ভাইৰাছ (Coronavirus in India)ৰ সংখ্যা সোমবাৰে হ্ৰাস পোৱাৰ বিপৰীতে মঙলবাৰে পুনৰ বৃদ্ধি পায়। বিগত ২৪ ঘণ্টাত দেশত ৮ হাজাৰ ৪৩৯জন লোক আক্ৰান্ত হৈছে কোৰোণাত। মৃত্যু হৈছে ১৯৫জন লোকৰ।

    দেশত বৰ্তমান ৯৩ হাজাৰ ৭৩৩ জন লোকৰ চিকিৎসা চলি আছে। নতুন সংখ্যাকে ধৰি এতিয়ালৈ মুঠ ৩ কোটি ৪৬ লাখ ৫৬ হাজাৰ ৮২২জন লোক আক্ৰান্ত হৈছে কোৰোণাত। ইয়াৰে ৪ লাখ ৭৩ হাজাৰ ৯৫২জন লোকৰ মৃত্যু হৈছে। বৰ্তমান ভাৰতত অমিক্ৰনক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহ এলাৰ্ট ম’ডত আছে।

    কেৰালাত মঙলবাৰে কোভিড–১৯ৰ ৪,৫৬৫টা নতুন ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনত মুঠ সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি হৈ ৫১,৬২,০২৫ হৈছেগৈ। আনহাতে, ১৩৪জন লোকৰ মৃত্যুৰ পিছত মৃতকৰ সংখ্যা বাঢ়ি হৈছে ৪১,৯০২জন।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: