• Home
  • »
  • News
  • »
  • nation
  • »
  • দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পালে ১ লাখৰ তললৈ, ২৪ ঘণ্টাত ৪৭৭জনৰ মৃত্যু

দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পালে ১ লাখৰ তললৈ, ২৪ ঘণ্টাত ৪৭৭জনৰ মৃত্যু

মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত এটা দিনত ৮ হাজাৰ ৫৪৮জন লোক সুস্থ হৈ উঠিছে। আনহাতে, এই সময়ছোৱাত নতুনকৈ আক্ৰান্ত হৈছে ৯ হাজাৰ ৭৬৫জন লোক।

  • Share this:
দেশত কোৰোণাৰ সংক্ৰমণৰ ঘটনাৰ (Coronavirus In India) উত্থান–পতন অব্যাহত আছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত সক্ৰিয় ঘটনা ৪৪০টা বৃদ্ধি পোৱাৰ বিপৰীতে ৪৭৭জন লোকৰ মৃত্যু হৈছে। মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত এটা দিনত ৮ হাজাৰ ৫৪৮জন লোক সুস্থ হৈ উঠিছে। আনহাতে, এই সময়ছোৱাত নতুনকৈ আক্ৰান্ত হৈছে ৯ হাজাৰ ৭৬৫জন লোক।

মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত বৰ্তমান ৯৯ হাজাৰ ৭৬৩টা সক্ৰিয় ঘটনা আছে। আনহাতে, মুঠ ৩ কোটি ৪০ লাখ ৩৭ হাজাৰ ৫৪জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে ৪ লাখ ৬৯ হাজাৰ ৭২৪জন লোকৰ মৃত্যু হৈছে। টিকাকৰণৰ কথালৈ আহিলে, দেশত এতিয়ালৈ ১ আৰব ২৪ কোটি ৯৬ লাখ ১৯ হাজাৰ ৫১৫ পালন ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৮০ লাখ ৩৫ হাজাৰ ২৬১জনে বুধবাৰে গ্ৰহণ কৰিছে কোৰোণাৰ ভেকচিন।
Published by:Sanjay Kumar Das
First published: